is notify that the school is remain closed on 2nd Oct on account of Gandi Jayanti

Home

ফলিমাৰী শংকৰ আজান আদৰ্শ বিদ্য়ালয় ফলিমাৰী ২য় খণ্ডত অৱস্থিত। 2003 চনত ইয়াক স্থাপন কৰা হৈছিল। আজি 15 বছৰ ধৰি সূখ্য়াতি লাভ কৰিছে ফলিমাৰী সমাজত। গাওঁত অৱস্থিত থকা বাবে বানপানীৰ সময়ত যতেষ্ট অসূবিধাৰ সন্মূখীন হব লগা হৈছে। তথাপিও ইয়াৰ ছাত্ৰ-ছাত্ৰী বৰ সজাগতা থকা হেতুকে আৰু আমাৰ চেষ্টাত প্ৰতিটো বছৰৰ সূখ্য়াতি লাভ কৰি আহিছে।


jk
অভিভাৱককৈ বিনম্ৰ অনুৰোধ
১। "Home is the best School and Mother is the best Teachers" "ঘৰখনেই শিশুৰ আচল শিক্ষাৰ স্থান আৰু মাতৃজনীয়ে শিশুৰ আচল শিক্ষয়িত্ৰী।" শিশুৱে যি শিকে ঘৰুৱা পৰিৱেশৰ পৰাই শিকে।
২। শিশুৱে বেয়া শব্দ কোৱা, গালি দিয়া অত্য়ধিক হাঁহি-তামছা কৰা

Read More